কালিজাং বৰতো, অ' মোৰ চেনাই অ'ই
কালিজাং বৰতো, অ' মোৰ চেনাই অ'ই
কালিজাং বৰতো, অ' মোৰ চেনাই অ'ই
বৰুতোৰ ঢেপেলা পাই
কালিজাং বৰতো, অ' মোৰ চেনাই অ'ই
কালিজাং বৰতো, অ' মোৰ চেনাই অ'ই
কালিজাং বৰতো, অ' মোৰ চেনাই অ'ই
বৰুতোৰ ঢেপেলা পাই
বৰুতোত যাউতে চুৰতে ডাকিলে
চ'ৰতে ডাকিলে
ৰিহা নাই আতিয়া ৰিহা নাই আতিয়া গাত
বৰুতোত যাউতে চ'ৰুতে ডাকিলে
চুৰতে ডাকিলে
ৰিহা নাই আতিয়া ৰিহা নাই আতিয়া গাত
শিলে শিলে ঠেকা খালে নিজৰাৰে পানী
এচেৰেঙা ৰঙা ৰ'দে ৰং দিলে শানি
ৰং দিলে শানি, ৰং দিলে শানি
শিলে শিলে ঠেকা খালে নিজৰাৰে পানী
এচেৰেঙা ৰঙা ৰ'দে ৰং দিলে শানি
ৰং দিলে শানি, ৰং দিলে শানি
বৰণীয়া বনৰীয়া আলাখুৱা ফুলে
হালি জালি মন ঢালি কিনো কথা ক'লে
মনে যে বিচাৰে মন, কোনে দিবো আনি
এচেৰেঙা ৰঙা ৰ'দে ৰং দিলে শানি
ৰং দিলে শানি, ৰং দিলে শানি
ৰং দিলে শানি, ৰং দিলে শানি
লাই লা হিলালি
অ' ডেকা'ৰ জাত
লাই লা হিলালি
অ' গাভোৰুৰ জাত
লাই লা হিলালি
অ' তিৱা'ৰ ৰূপ
লাই লা হিলালি
লাই লা হিলালি
অ' ডেকা'ৰ জাত
লাই লা হিলালি
অ' গাভোৰুৰ জাত
লাই লা হিলালি
অ' তিৱা'ৰ ৰূপ
লাই লা হিলালি
আমাৰ লাই হিলালি..অ'ই
তুমাকে দেখিছু ৰাতি অ'ই
তুমাকে দেখিছু ৰাতি অ'ই
আহা বাটে আহা বাটে উভতি যাও
আমাৰ লাই হিলালি..অ'ই
তুমাকে দেখিছু ৰাতি অ'ই
তুমাকে দেখিছু ৰাতি অ'ই
আহা বাটে আহা বাটে উভতি যাও।
বুকু যোৰ তুমি দূৰ দূৰণিৰ ৰিং
মই নামনিৰ দুখ তুমি ওখ টিং
বুকু যোৰ তুমি দূৰ দূৰণিৰ ৰিং
মই নামনিৰ দুখ তুমি ওখ টিং
টিঙে টিঙে কাৰ ৰিঙে তুলি গ'ল ঢৌ
কাণে কাণে কাৰ গানে বৰশিলে মৌ
নাচনি নিজৰা জনী কাৰ পাত-ৰাণী
এচেৰেঙা ৰঙা ৰ'দে ৰং দিলে শানি
ৰং দিলে শানি, ৰং দিলে শানি
শিলে শিলে ঠেকা খালে নিজৰাৰে পানী
এচেৰেঙা ৰঙা ৰ'দে ৰং দিলে শানি
ৰং দিলে শানি, ৰং দিলে শানি
শিলে শিলে ঠেকা খালে নিজৰাৰে পানী
এচেৰেঙা ৰঙা ৰ'দে ৰং দিলে শানি
ৰং দিলে শানি, ৰং দিলে শানি
আমাৰ লাই হিলালি..অ'ই
তুমাকে দেখিছু ৰাতি অ'ই
তুমাকে দেখিছু ৰাতি অ'ই
আহা বাটে আহা বাটে উভতি যাও
আমাৰ লাই হিলালি..অ'ই
তুমাকে দেখিছু ৰাতি অ'ই
তুমাকে দেখিছু ৰাতি অ'ই
আহা বাটে আহা বাটে উভতি যাও
~ itsmechinmoy