Zubeen Garg O Mur Lorar Mak Скачать

Zubeen Garg O Mur Lorar Mak

Zubeen Garg

O Mur Lorar Mak

67 прослушиваний
06:26
Все треки Zubeen Garg Текст песни
Слушать
Скачать песню

Текст песни «O Mur Lorar Mak»

Zubeen Garg

ৰৈয়া ৰৈয়া ৰৈ ৰৈ ৰৈ
হে ৰৈয়া ৰৈ
ৰৈয়া ৰৈয়া ৰৈ ৰৈ ৰৈ
ৰৈয়া ৰৈয়া ৰৈ ৰৈ ৰৈ
হে ৰৈয়া ৰৈ
ৰৈয়া ৰৈয়া ৰৈ ৰৈ ৰৈ
অ' মোৰে ল'ৰাৰ মাক
মাছলৈ যাঁও নাখাওঁ শুদা ভাত
অ' মোৰে ল'ৰাৰ মাক
মাছলৈ যাঁও নাখাওঁ শুদা ভাত
ৰহদৈ কৰদৈ পাৰি পাৰি থ তই
জুতিৰে খামে দিনৰ সাজ
মাছলৈ যাঁও নাখাওঁ শুদা ভাত
অ' মোৰে ল'ৰাৰ মাক
মাছলৈ যাঁও নাখাওঁ শুদা ভাত
অ' মোৰে ল'ৰাৰ মাক
মাছলৈ যাঁও নাখাওঁ শুদা ভাত
হাঁচতি পূৰাও মই তামোলৰ চালিৰে
পাণে চূণে যতনাই দে
যতনাই দে
ককালৰ তিয়নি, জাকৈ শিয়নি
কাথিৰে পৰা নমাই দে
হাঁচতি পূৰাও মই তামোলৰ চালিৰে
পাণে চূণে যতনাই দে
যতনাই দে
ককালৰ তিয়নি, জাকৈ শিয়নি
কাথিৰে পৰা নমাই দে
শাকনি বাৰীৰে লাই পালেং শাক
বেগেতে তুলি তুলি ৰাখ
মাছলৈ যাঁও নাখাওঁ শুদা ভাত।।
অ' মোৰে ল'ৰাৰ মাক
মাছলৈ যাঁও নাখাওঁ শুদা ভাত
অ' মোৰে ল'ৰাৰ মাক
মাছলৈ যাঁও নাখাওঁ শুদা ভাত
ৰৈয়া ৰৈয়া ৰৈ ৰৈ ৰৈ
হে ৰৈয়া ৰৈ
ৰৈয়া ৰৈয়া ৰৈ ৰৈ ৰৈ
ৰৈয়া ৰৈয়া ৰৈ ৰৈ ৰৈ
হে ৰৈয়া ৰৈ
ৰৈয়া ৰৈয়া ৰৈ ৰৈ ৰৈ
চুবুৰীৰ ৰংমন উভতি আহিলে
ককালৰ খালৈটি পুৰাই
খলিহনা পুঠি আৰু গৰৈ চেঙেলী
দেখি মোৰ দেহা জ্বলি যায়
চুবুৰীৰ ৰংমন উভতি আহিলে
ককালৰ খালৈটি পুৰাই
খলিহনা পুঠি আৰু গৰৈ চেঙেলী
দেখি মোৰ দেহা জ্বলি যায়
শাকনি বাৰীৰে লাই পালেং শাক
বেগেতে তুলি তুলি ৰাখ
মাছলৈ যাঁও নাখাওঁ শুদা ভাত
অ' মোৰে ল'ৰাৰ মাক
মাছলৈ যাঁও নাখাওঁ শুদা ভাত
অ' মোৰে ল'ৰাৰ মাক
মাছলৈ যাঁও নাখাওঁ শুদা ভাত
ৰহদৈ কৰদৈ পাৰি পাৰি থ তই
জুতিৰে খামে দিনৰ সাজ
মাছলৈ যাঁও নাখাওঁ শুদা ভাত
অ' মোৰে ল'ৰাৰ মাক
মাছলৈ যাঁও নাখাওঁ শুদা ভাত
অ' মোৰে ল'ৰাৰ মাক
মাছলৈ যাঁও নাখাওঁ শুদা ভাত।।
ৰৈয়া ৰৈয়া ৰৈ ৰৈ ৰৈ
হে ৰৈয়া ৰৈ
ৰৈয়া ৰৈয়া ৰৈ ৰৈ ৰৈ
ৰৈয়া ৰৈয়া ৰৈ ৰৈ ৰৈ
হে ৰৈয়া ৰৈ
ৰৈয়া ৰৈয়া.

На странице доступен трек O Mur Lorar Mak от Zubeen Garg (06:26). Слушайте онлайн или загрузите в mp3 в один клик бесплатно на свое устройство — выше есть текст песни.

Другие песни Zubeen Garg

Все 130 треков

Свежее на Muzfrog

Все новинки →